অমানিশাৰ নিস্তব্ধতাৰ বুকুত
আজিও সাৰে আছো
তুমি অহাৰ অপেক্ষাত,
মোৰ হিয়াৰ বৈতৰনী পাৰত
তুমি যেতিয়া বীণ বজোরা
উন্মক্ত হৈ যাও
তুমাৰ বীণৰ সুৰত,
হে'ৰ নাৱৰীয়া
এবাৰ ভতিয়াই আহাছোন
তুমাৰ নাৱত উঠি
এইবাৰ মই বীণ বজাম
তুমি শুনি যাবা !!
আজিও সাৰে আছো
তুমি অহাৰ অপেক্ষাত,
মোৰ হিয়াৰ বৈতৰনী পাৰত
তুমি যেতিয়া বীণ বজোরা
উন্মক্ত হৈ যাও
তুমাৰ বীণৰ সুৰত,
হে'ৰ নাৱৰীয়া
এবাৰ ভতিয়াই আহাছোন
তুমাৰ নাৱত উঠি
এইবাৰ মই বীণ বজাম
তুমি শুনি যাবা !!
No comments:
Post a Comment