Amazing world
Amazing world
Monday, 21 December 2015
adhani morom bisari
এধানি মৰম বিচাৰি আজি পৰিছো মই
ভাগৰি
লবানে মৰৰমি মোক সাবতি
নদি বৈ যায় সাগৰলৈ বুলি
মোৰ মন বৈ যায় তোমাৰ কাষলৈ
আজি কোৱানা এবাৰ মোক ভাল পাওঁ
বুলি
হিয়া ওজাৰি দিম তোমাক সমস্ত মৰম
মৰমৰে ওপচাই দিম তোমাৰ হিয়া
আহিছো তুমাৰ কাষলৈ মৰম বিচাৰি
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment