Amazing world
Amazing world
Tuesday, 25 August 2015
hridayt sup khai thoka bedona bor
কেতিয়া আহি নিশেষ কৰিবা
মোৰৰ হৃদয়ত ঠুপ খাই থকা বেদনা বোৰ
নে নিসংগতাৰে অতিবাহিত হব
মোৰ জীৱনৰ অন্তিম শয়ন
চিতাগ্নীত যেতিয়া জ্বলি নিশেষ হব মোৰ বেদনা বোৰ
তেতিয়া নকৰো আন কাৰোবাৰ আশা
পূৰি ছায় হব মোৰ মানবীয় দেহা
ৰৈ যাব কেৱল স্মৃতি আৰু স্মৃতি
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment