Amazing world
শুকুলা শৰতৰ বতৰতএখনি ফৰকাল নীলা আকাশ মাজে মাজে কপাহ কোমল শুকুলা মেঘ । উশাহত শেৱালি ফুলৰ সুবাস কহুঁৱা ফুলৰ মন প্ৰাণ হৰি নিয়া নৈৰ্সগিক দৃশ্যত তোমালৈ বৰকৈ মনত পৰে । । ।
No comments:
Post a Comment